জনগণ বাৰ্তা হৈছে সৰ্বসাধাৰণ ৰাইজৰ বাৰ্তা। এই আলোচনীৰ জৰিয়তে জন জীৱনক প্ৰভাৱিত কৰা সকলো সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক বিষয়ৰ ওপৰত আলোকপাত কৰা হব তথা ৰাইজৰ হকে এক আপোচ বিহীন বলিষ্ঠ কণ্ঠ হিচাবে স্থিতি লোৱা হব। উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ বাতৰি আৰু প্ৰচলিত চিন্তাধাৰাক প্ৰতিফলিত কৰিবলৈ সদায় আপোনালোকৰ সৈতে থাকিব জনগণ বাৰ্তা। আমাৰ এই প্ৰয়াসত ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিছাৰিলো।
Copyright © 2025 – All Rights Reserved.